ওমৰ (OHM) সূত্ৰ কি?

উত্তৰঃ তড়িৎ বৰিতনীয় দুই মূৰত যি ভল্টেজ থাকে তাক ৰোধৰে (ৰেজিষ্টেন্স) ভগ কৰিলে যি পোৱা যায় সেয়া হ’ব তড়িৎ বৰ্তনীয় প্ৰবাহিত বিদ্য়ুতৰ পৰিমাণ (I=V/R)।