উৰিব পৰা চৰাইৰ ভিতৰত আটাইতকৈ ডাঙৰ চৰাইবিধৰ নাম কি?

উত্তৰঃ উৰিব পৰা চৰাইৰ ভিতৰত আটাইতকৈ ডাঙৰ চৰাইবিধ হ’ল এলবাট্ৰছ। ই এবিধ সাগৰীয়া চৰাই।