উত্তৰ-পূব ভাৰতৰ প্ৰথমটো বনস্পতি কাৰখানা ক’ত স্থাপন কৰা হৈছিল ?

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ প্ৰথমটো বনস্পতি কাৰখানা আমিনগাঁও স্থাপন কৰা হৈছিল ।