ইতৰ পৰাগযোগ কাক বোলে ?

নানা ধৰণৰ পতংগ প্ৰাণী আদিৰ মাধ্যমত এপাহ ফুলৰ পৰাগ ৰেণু আন এপাহ ফুলৰ গৰ্ভমুণ্ডত পৰা প্ৰিক্ৰয়াকে, ইতৰ পৰাগযোগ বুলি কোৱা হয় ।