অসমৰ ছাত্ৰ সমাজক সংগঠিতকৰণত কোনে নেতৃত্ব প্ৰদান কৰিছিল ?

উত্তৰঃ অসমৰ ছাত্ৰ সমাজক সংগঠিতকৰণত দেশপ্ৰাণ চন্দ্ৰনাথ শৰ্মা নেতৃত্ব প্ৰদান কৰিছিল ।