পোহৰৰ গতিপথত অত্যন্ত ক্ষুদ্র বস্তু এটা থ’লে পোহৰে পোনে পোনে যোৱাৰ সলনি কাষেদি বেঁকা হৈ যোৱাৰ প্রবৃত্তি দেখুৱায় । ইয়াকে পোহৰৰ অপবৰ্তন বোলে ।
Question and Answer Solution