X-Ray ক এক ধৰণৰ অদৃশ্য় ৰশ্মি বুলি কোৱা হয় কিয়? ইয়াৰ দুটি ধৰ্মৰ কথা উল্লেখ কৰা, যি দৃশ্য় ৰশ্মিৰ দৰে?

উত্তৰঃ X-Ray হৈছে পোহৰৰ দৰে তড়িৎ চুম্বকীয়া তৰংগ, যাৰ তৰংগ দৈৰ্ঘ্য় পোহৰৰ দৰে কম আৰু কম্পাংক অদৃশ্য় ৰশ্মি দৰে বেছি। সেইবাবে X-Ray ক এক ধৰণৰ অদৃশ্য় ৰশ্মি বুলি ক’ব পাৰি। ইয়াৰ ধৰ্ম দুটা হৈছে- (ক) X-Ray সমভাৱে সৰলৰেখাত গমন কৰে। পোহৰৰো এই ধৰ্ম আছে। (খ) X-Ray আৰু পোহৰ দুয়োৰে তড়িৎ চুম্বকীয় তৰংগ আছে।