What role dies the Prime Minister play as the leader of Parliament?(সংসদৰ নেতা হিচাপে প্ৰধান মন্ত্ৰীয়ে কি ভূমিকা পালন কৰে?)

উত্তৰঃ তৃতীয়তে শাসনাধিষ্ট দলৰ নেতা হোৱাৰ লগতে লোকসভাৰ নেতা হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰি দেশৰ শাসন কাৰ্য পৰিচালনা কৰা। প্ৰধানমন্ত্ৰীয়ে সদায় দলৰ নীতিক সমৰ্থন কৰি বিৰদধী পক্ষৰ সমালোচনাৰ উত্তৰ দিয়ে। ইয়াৰ উপৰিও দেশৰ প্ৰধান হিচাপে প্ৰধানমন্ত্ৰীয়ে বৈদেশিক নীতি গ্ৰহণ আৰু পৰিচালনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে