What are the necessary qualifications of a candidate for Presidential election in India? (ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচন প্ৰৰ্থীৰ বাবে প্ৰয়োজনীয় অৰ্হতাসমূহৰ কি কি ?

উত্তৰঃসংবিধানৰ অনুচ্ছেদ 58 অনুসৰি, কোনো ব্যক্তি য়ে ভাৰতৰ নাগৰিক নহ’লে, পঁয়ত্ৰিশ বছৰ বয়স সম্পূৰ্ণ নকৰিলে আৰু জনসাধাৰণৰ সদনৰ সদস্য হিচাপে নিৰ্বাচনৰ বাবে যোগ্য নহ’লে ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচনৰ বাবে যোগ্য নহ’ব।