What are the financial powers of the Presi-dent? (ৰাষ্ট্ৰপতিৰ বিত্তীয় ক্ষমতামূহ কি কি?

উত্তৰঃ ৰাষ্ট্ৰপতিৰ ক্ষমতাসমূহ – প্রশাসনীয়, আইন বা বিধায়িনী, বিত্তীয়, সামৰিক, কুটনৈতিক,ন্যায়িক আৰু জৰুৰীকালীন আদি শিতানত ভাগ কৰিব পাৰি।