Under what circmstances a joint sitting of two houses of parliament takes place? (কি কি অৱস্থাত সংসদৰ যুটীয়া বৈঠক পাৰে?

উত্তৰঃযিকোনো বিধেয়ক গৃহীত কৰিবলৈ দুয়োখন সদনৰ সন্মতিৰ প্ৰয়োজন। অৱশ্যে, ভাৰতৰ সংবিধান প্ৰস্তুতকৰ্তাসকলে ৰাজ্যসভা আৰু লোকসভাৰ মাজত অচলাৱস্থাৰ পৰিস্থিতিৰ আশংকা কৰিছিল। সেয়েহে, ভাৰতৰ সংবিধানত অচলাৱস্থা ভাঙিবলৈ দুয়োখন সদনৰ যুটীয়া বৈঠকৰ ব্যৱস্থা কৰা হৈছে।