বৰ্তমান সময়ত দেখিবলৈ পোৱা নানা প্ৰকাৰৰ উদ্ভিদ , জীৱ – জন্তু আদি উক্ত ক্ৰমবিৱৰ্তনৰেই ফল মাথোন । এইদৰে ধাৰাবাহিকৰূপে সৰল একদেহী প্ৰাণীৰপৰা বিকশিত হৈ জটিলতাৰ প্ৰাণী আৰু উদ্ভিদৰ উৎপত্তি হোৱাকে উদ্ভিদ আৰু জীৱৰ ক্ৰমবিকাশ বা জৈৱ বিৱৰ্তন বোলে ।
Month: May 2022
শংকৰদেৱে বিৰচিত দুখন কাব্য নাম কি ?
শংকৰদেৱে বিৰচিত দুখন কাব্য নাম -ৰুক্মিণী হৰণ , অ অজামিল উপাখ্যান ,
জৈৱ ৰাসায়নিক বিৱৰ্তন কাক বোলে ?
বৰ্তমান সময়ত দেখিবলৈ পোৱা নানা প্ৰকাৰৰ উদ্ভিদ , জীৱ – জন্তু আদি উক্ত ক্ৰমবিৱৰ্তনৰেই ফল মাথোন । এইদৰে ধাৰাবাহিকৰূপে সৰল একদেহী প্ৰাণীৰপৰা বিকশিত হৈ জটিলতাৰ প্ৰাণী আৰু উদ্ভিদৰ উৎপত্তি হোৱাকে উদ্ভিদ আৰু জীৱৰ ক্ৰমবিকাশ বা জৈৱ বিৱৰ্তন বোলে।
ৰামায়ণৰ কোনটো কাণ্ড শংকাৰদেৱৰ অনুবাদ কৰিছিল ?
Class 11