Month: May 2022

আদ্য়প্ৰাণী কি?

উত্তৰঃ আটাইতকৈ নিম্ন খাপৰ প্ৰাণীবোৰক আদ্য়প্ৰাণী বোলে। ইহঁতৰ দেহত এক মাত্ৰ কোষ হে থাকে। ইহঁতক প্ৰাথমিক প্ৰাণীও কোৱা হয়। এমিবা, পেৰামিছিয়াম আদ্য়প্ৰাণী।