উত্তৰঃ দ্ৰৱণৰ দুটি অংশ হ’ল দ্ৰৱ আৰু দ্ৰাৱক।
Month: May 2022
বিপৰীত ধৰ্মী চৰিত্ৰ কাক বোলে ?
Class 10
মালিতা কাক বোলে ?
ফুলৰ মালাৰ দৰে ধাৰাবাহিকভাৱে গাঁঠি থোৱা গীতিব্যঞ্জক কাহিনীয়েই হ’ল মালিতা। মালিতাক গীতিবেঞ্জক কাহিনী বা কাহিনী জড়িত গীত দুয়োটাই আখ্যা দিব পাৰি। মালিতাৰ প্ৰাথমিক লক্ষণ গীতিধৰ্মিতা। মালিতাৰ বিষয়বস্তুৰ ধাৰাবাহিকতা ৰক্ষা কৰা হয়।
মেণ্ডেলৰ দ্বি সংকৰণ পৰীক্ষাৰ ব্যক্তৰূপ অনুপাত কি লিখা ?
Class 10