উত্তৰঃ জাৰ্মান চিলভাৰ কাপাৰ, জিংক, নিকেল সংকৰ ধাতু।
Month: May 2022
ফটোগ্ৰাফিক প্লেটত কি থাকে?
উত্তৰঃ ফটোগ্ৰাফিক প্লেটত ছিলভাৰ হেলাইড থাকে
অক্সিজেনৰ স্ফূটনাংক কিমান?
উত্তৰঃ অক্সিজেনৰ স্ফূটনাংক হ’ল -১৮৩০ ছেণ্টিগ্ৰেড।
ক্ল’ৰিন গেছৰ বৰণ কেনেকুৱা?
উত্তৰঃ সেউজ আভাযুক্ত হালধীয়া।