উত্তৰঃ পদাৰ্থৰ চতুৰ্থতম অৱস্থাটো হ’ল প্লাজমা।
Month: May 2022
কৃত্ৰিম তেজস্ক্ৰিয়তা কোনে আৱিক্সাৰ কৰিছিল?
উত্তৰঃ আইৰিন কুৰী আৰু ফ্ৰেডৰিক জ’লিয়তে অৱিক্সাৰ কৰিছিল।
ৰেডিয়াম আৰু প’ল’নিয়াম কোনে অৱিক্সাৰ কৰিছিল?
উত্তৰঃ ৰেডিয়াম আৰু প’ল’নিয়াম মেৰী কুৰী আৰু পিয়েৰ কুৰীয়ে অৱিক্সাৰ কৰিছিল।
তেজস্ক্ৰিয়তাপৰিঘটনা কোনে আৱিক্সাৰ কৰিছিল?
উত্তৰঃ তেজস্ক্ৰিয়তাপৰিঘটনা ১৮৯৬ চনত মিথন আৱিক্সাৰ কৰিছিল।