Month: May 2022

কোনবিধ জীৱ আটাইটকৈ বেছি দিন জীৱিত থাকে?

উত্তৰঃ তিমি মাছ। ইহঁতে তিনিশ বছৰতকৈও বেছি দিন বাচি থাকে। ইয়াৰ পিছতে কাছ হৈছে দীৰ্ঘকাল জীৱিত থকা প্ৰাণী। ইহঁত প্ৰায় দুশ বছৰ জীৱিত থাকে।

2.26 PADDING PROPERTY

2.26 পেডিং সম্পত্তি Example HTML code using padding property. <HTML> <HEAD> <TITLE> Table in HTML <TITLE> <stsyle type = ‘text /css”> table, th, td { border : 3px solid black border-collapse: collapse: } th, td { padding : 20px; } </style> </HEAFD> <BODY> <TABLE> <CAPTION> Student Details </CAPTION> <TR> <TH> Si. No. </TH> <TH> Name…

Read the full article

জোনাকী পৰুৱা ৰাতি জিলিকে কিয়?

উত্তৰঃ জোনাকী পৰুৱাৰ যি পদাৰ্থবিধ জুইৰ দৰে জ্বলে, সেয়া মুঠেই জুই নহয়। ই ‘লুচি ফেৰণি’ নামৰ এবিধ জৈৱ পদাৰ্থ, ইয়াৰ কোনো তাপ নাই। জোনাকী পৰুৱাই তাৰ দেহত ভিতৰৰ কেইবাটাও প্ৰক্ৰিয়াৰ সাহায়ত সেই পোহৰ জ্বলাব আৰু নুমাব পাৰে।

সাগৰৰ তিমি প্ৰাণী প্ৰকৃততে মাছনে?

উত্তৰঃ সাগৰৰ তিমি প্ৰাণী প্ৰকৃততে মাছ নহয়। ই স্তন্য়পায়ী প্ৰাণী। ইহঁতে কণী নাপাৰে, পোৱালিহে জন্ম দিয়ে। ইহঁতৰ তেজ গৰম; অন্য় জলচৰ প্ৰাণীৰ দৰে চেচাঁ নহয়।