উত্তৰঃ কপাৰ (Cu) ৬০-৮০% আৰু টিন (Zn) ৪০-২০%।
Month: May 2022
ব্ৰঞ্জাত কি থাকে?
উত্তৰঃ কপাৰ (Cu) ৭৫-৯০% আৰু টিন (Sn) ২৫-১০%।
কৰ্কট ৰোগ চিকিৎসাৰ বাবে ব্য়ৱবাৰ কৰা নিষ্ক্ৰিয় গেছটো কি?
উত্তৰঃ কৰ্কট ৰোগ চিকিৎসাৰ বাবে ব্য়ৱবাৰ কৰা নিষ্ক্ৰিয় গেছটো হ’ল ৰেডন।
বেলুন উৰাবলৈ কি গেছ ব্য়ৱহাৰ কৰা হয়?
উত্তৰঃ বেলুন উৰাবলৈ হিলিয়াম গেছৰ (He) ব্য়ৱহাৰ কৰা হয়।