Class 10
Month: May 2022
দাপোণ মানে কি ?
Class 10
মালিতাক কেইটা ভাগত ভগোৱা হয় ?
Class 11
অপবৰ্তন বুলিলে কি বুজা ?
পোহৰৰ গতিপথত অত্যন্ত ক্ষুদ্র বস্তু এটা থ’লে পোহৰে পোনে পোনে যোৱাৰ সলনি কাষেদি বেঁকা হৈ যোৱাৰ প্রবৃত্তি দেখুৱায় । ইয়াকে পোহৰৰ অপবৰ্তন বোলে ।