Class 10
Month: May 2022
চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু কোন চনত হৈছিল ?
চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু হৈছিল-১৯৩৮ চনৰ ২ মাৰ্চত।
জৈৱ ডিজেল কি ?
জৈৱ ডিজেল হৈছে নৱীকৰণ যোগ্য ইন্ধন বা শক্তিৰ উৎস। যিহেতু জীৱাশ্ম ইন্ধনৰ প্ৰয়োগে বায়ুমণ্ডলত সেউজ গৃহ গেছৰ বৃদ্ধি কৰে গতিকে বিকল্পৰ অন্যতম উপায় হ’ল জৈৱ ডিজেল প্ৰয়োগ।
চন্দ্ৰকুমাৰ আগৰৱালাৰ কোন যুগৰ কবি ?
চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘জোনাকী যুগৰ ত্ৰিমূৰ্তি’ যুগৰ কবি ।