বৰগীত কাক বোলে ? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীতৰ মুঠ সংখ্যা কিমান ?

শংকৰদেৱে ৰচনা কৰা মুঠ ডেৰকুৰি (ত্ৰিশ)টা গীতৰ সংগ্ৰহ পোৱা যায়। চৰিত পুথি মতে, তেখেতে বাৰ কুৰি (দুশ চল্লিশ) বৰগীত ৰচনা কৰিছিল কিন্তু দুৰ্ভাগ্যক্ৰমে বনপোৰা জুয়ে সেই বৰগীত সমূহ নষ্ট কৰে।

2.12 FIRST WEB PAGE

2.12 প্ৰথম ৱেব পৃষ্ঠা Let us create our first web page which will print “Welcome to the World of HTML!” on the screen. আহক আমি আমাৰ প্ৰথম ৱেব পৃষ্ঠা সৃষ্টি কৰোঁ যিস্ক্ৰীণত “এইচটিএমএলৰ পৃথিৱীলৈ স্বাগতম!” প্ৰিণ্ট কৰিব। Open your text Read More …