অৰ্থনীতিৰ কিছুমান বিশেষ গুৰুত্বপুৰ্ণ খণ্ডহে পৰিকল্পনাৰ অধিনলৈ অনা হয়। এই অৰ্থব্যৱস্থাত পুঁজিবাদৰ দৰে সম্পত্তিৰ ওপৰত ব্যক্তিগত মালিকীস্বত্ব থাকে। উৎপাদনৰ উপাদানসমূহ ব্যক্তি বা ব্যক্তিগত অনুষ্ঠানৰ অধীনত থাকে। পুঁজিবাদী অৰ্থব্যৱস্থাৰ দৰে ইয়াত ব্যক্তিগত খণ্ডৰ মূল লক্ষ্য ব্যক্তিগত লাভ অৰ্জন।
Month: May 2022
আৰ্ন্তজাতিক মুদ্ৰা নিধি কোন চনত গঠন কৰা হৈছিল ?
Class 10
দেৱকান্ত বৰুৱাৰ একমাত্ৰ কাব্য-গ্ৰন্থখনৰ নাম কি ?
সাগৰ দেখিছা’ দেৱকান্ত বৰুৱাৰ একমাত্র কবিতা পুথিখন।
বিশ্ব বেংকৰ সদৰ কাৰ্যালয় ক’ত অৱস্থিত ?
Class 10