ছদ্মবেশী নিবনুৱা – ছদ্মবেশী বা প্রছন্ন নিবনুৱা সকল দেখাত বনুৱা হয়। কিন্তু তেওঁলোকৰ মুঠ উৎপাদনত অলপো ভূমিকা নাথাকে। উদাহৰণস্বৰূপে এটা কাম যদি দুজন মানুহে কৰিব পাৰে, তাত যদি পাঁচজন লোকক নিযুক্ত কৰা হয় তেন্তে ওপৰঞ্চি তিনিজন লোকক ছদ্মবেশী নিবনুৱা বুলি কোৱা হয়।
Month: May 2022
ঋতুজ নিবনুৱাৰ অৰ্থ লিখা ?
ঋতুজ নিবনুৱা সকল বছৰৰ এটা সময়ৰ বাবেহে নিবনুৱা, বাকী সময়ত তেওঁলোক বনুৱা হয়। উদাহৰণস্বৰূপে – কৃষি কাৰ্যত জড়িত লোকসকল ঋতুজ নিবনুৱা হয়।
লাচিতে দেশক কাৰণে কাক হত্যা কৰিছিল ?
Class 11
জনমূৰি আয় কি ?
জনমূৰি আয় মুঠ জাতীয় আয়ক দেশৰ মুঠ জনসংখ্যাৰে ভাগ কৰিলে যি আয় পোৱা যায় সেই আয়ে হ’ল জনমূলি আয়।