উত্তৰঃ তৰা মাছৰ চকু প্ৰতিটো বাহুৰ মূৰত থাকে।
Question and Answer Solution
উত্তৰঃ তৰা মাছৰ চকু প্ৰতিটো বাহুৰ মূৰত থাকে।
উত্তৰঃ হামিং বাৰ্ডে প্ৰতি ছেকেণ্ডত ৯০ বাৰ পাখি কোবায়।
উত্তৰঃ মাখিয়ে প্ৰতি চেকেণ্ডত ৩৩০ বাৰ পাখি কোবায়।
উত্তৰঃ বৰ্তমানেও একে অৱস্থাত থকা পৃথিৱীৰ আটাইতকৈ পুৰণি প্ৰাণীবিধ হ’ল পইতাচোৰা।