উত্তৰঃ ডিগবৈত ১৯০১ চনত তেল শোধনাগৰ স্থাপন কৰা হৈছিল ।
Month: May 2022
চূণ শিলৰ খনি ক’ত আছে ?
উত্তৰঃ চূণ শিলৰ খনি কাৰ্বি আংলং আছে ।
উত্তৰ-পূব সীমান্ত ৰেলপথটোৰ মুখ্য় কাৰ্যালয় ক’ত ?
উত্তৰঃ উত্তৰ-পূব সীমান্ত ৰেলপথটোৰ মুখ্য় কাৰ্যালয় মালিগাঁও আছে ।
বৰ্তমান অসমৰ ৰাজ্য়পাল গৰাকীৰ নাম কি ?
উত্তৰঃ বৰ্তমান অসমৰ ৰাজ্য়পাল গৰাকীৰ নাম হ’ল জগদীশ মুখী ।