নির্ধাৰিত এছােৱা সময়ৰ ভিতৰত কেতবােৰ সুনির্দিষ্ট লক্ষ্যত উপনীত হােৱাৰ উদ্দেশ্য এক কেন্দ্রীয় কর্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনীতিৰ নিয়ন্ত্রণ আৰু দিগদর্শনেই হ’ল অর্থনৈতিক পৰিকল্পনা।
Month: May 2022
অৰ্থনৈতিক বিকাশৰ প্ৰধান পূৰ্বচৰ্ত কি ?
Class 10
অৰ্থনৈতিক উন্নয়নৰ সংজ্ঞা লিখা ?
Class 10
ৰাজহুৱা খণ্ড বুলিলে কি বুজা ?
ৰাজহুৱা কৰ্তৃত্ব অৰ্থাৎ চৰকাৰ বা ৰাষ্ট্ৰঃ আৰু ৰাজ্যৰ মালিকীস্বত্ব নিয়ন্ত্ৰণ আৰু পৰিচালনা অধীনস্থ ব্যৱসায় খণ্ডক ৰাজহুৱা খণ্ড বোলা হয় ।