Class 10
Month: May 2022
আধুন্ক কবিতা জন্মযাত্ৰা আৰম্ভনি কেতিয়াৰপৰা ?
Class 11
আৰ্ন্তজাতিক মুদ্ৰা নিধিৰ সদস্য সংখ্যা কিমান ?
Class 10
বিশ্ব বাণিজ্য সংস্থাৰ মূল উদ্দেশ্যসমূহ আলোচনা কৰা ?
বিশ্ববেংকৰ মূল উদ্দেশ্য(১) যুদ্ধ বিধ্বস্ত অৰ্থনীতিসমূহৰ পুনৰ গঠন। (২) অনুন্নত ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক উন্নয়নত সাহায্য প্ৰদান। (৩) সদস্য ৰাষ্ট্ৰসমূহৰ বৈদেশিক বাণিজ্যৰ দীৰ্ঘস্থায়ী সমতাপূৰ্ণ বৃদ্ধি আৰু ভাৰসাম্য ৰক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ। (৪) ব্যক্তিগত বৈদেশিক বিনিয়োগৰ ওপৰত গুৰুত্ব প্ৰদান।