জোঁক, কেঁচু আদিয়ে কেনেদৰে উশাহ-নিশাহ লয়?

উত্তৰঃ জোঁক, কেঁচু আদি প্ৰাণীৰ ছালখনই শ্বাস-প্ৰশ্বাস লোৱা কাম কৰে। এইবিলাকৰ লগত লাগি থকা পানীৰ বায়ুৰ অক্সিজেন দ্ৰৱিত হয়। চালৰ চলাচল কৰা তেজে এই অক্সিজেন শো,ন কৰি লৈ দেহৰ আন অংগত বিলাই দিয়ে।

ৰোমন্থক প্ৰাণী কি?

উত্তৰঃ গৰু, ম’হ, পহু আদি কিছুমান তৃণভোজী প্ৰাণীক ৰোমন্থক প্ৰাণী বোলা হয়। ইহতে ঘাঁহ খাওঁতে প্ৰথমতে লৰালৰিকৈ নোচোবোৱাকৈ পেটত ভৰাই লয়। পিছত অৱসৰৰ সময়ত ঘাঁহখিনি পাকস্থলীৰ পৰা মুখলৈ উলিয়াই সোইবোৰ পাণ্ডলি খায়।