উত্তৰঃ হাঁহৰ শৰীৰৰ নেজৰ ফালে তৈল গ্ৰন্থি নামৰ সংমিশ্ৰণথ খচ্ছৰ এক ধৰনৰ ‘গ্লেণ্ড’ আছে। তাৰপৰা চৰ্বি বা তেলজাতীয় পদাৰ্থ বাহিৰে হৈ পাখিবোৰ সকলো সময়তে তৈলাক্ত কৰি ৰাখে।
Month: May 2022
খচ্ছৰ নামৰ প্ৰণীবিধৰ সৃষ্টি কেনেকৈ হয়?
উত্তৰঃ মাইকী ঘোঁৰা আৰু মতা গাঁধৰ সংমিশ্ৰণত খচ্ছৰ (Mule) নামৰ প্ৰাণীবিধ পোৱা যায়।
কোনবিধ প্ৰাণীয়ে থিয় হৈ থাকিয়েই শোৱে?
উত্তৰঃ ঘোঁৰাই।
2.32 HYPERLINK WITH CSS
2.32 চি.এছ.এছ.-ৰ সৈতে হাইপাৰলিংক CSS affects the links differently depending on the state they are in. The following are the properties of a hyperlink using CSS. চি.এছ.এছ.-য়ে লিংকবোৰ ক’ত থকা অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ ধৰণে প্ৰভাৱিত কৰে। নিম্নলিখিতবোৰ হৈছে Read More …