উত্তৰঃ চিতা বাঘ। ইহঁতে ঘণ্টাত ৯০-১০০ কিলোমিটাৰ বেগেৰে দৌৰিব পাৰে।
Month: May 2022
আটাইতকৈ বৃহৎ পক্ষীবিধৰ নাম কি?
উত্তৰঃ আটাইতকৈ বৃহৎ পক্ষিবিধৰ নাম হ’ল উট পক্ষী।
কোন প্ৰাণী উভয় লিংগ?
উত্তৰঃ কেঁচু।
কোনবিধ প্ৰাণীৰ দৃষ্টশক্তি প্ৰখৰ?
উত্তৰঃ জীৱ জগতত চৰাই জাতীৰ দৃষ্টিশক্তি আটাইতকৈ প্ৰখৰ। কাৰণ চৰাইৰ চকুত কেমেৰাৰ ডায়াফ্ৰামৰ দৰে সৰু-ডাঙৰ কৰিব পৰা একোটা লশকত আঙঠি আছে, যাৰ দ্বাৰা দৃষ্টিক কেন্দ্ৰীভূত কৰিব পাৰি। ইগল, ফেঁচা, শগুণ আদিয়ে সেইকাৰণে বহু দূৰৰ পৰা দেখা পায়।