Mention any two Legislative powers of the president of India. (ভাৰতৰ ৰাষ্ট্ৰপতিৰ দুটা আইন সংক্ৰান্তীয় ক্ষমতাৰ উল্লেখ কৰা।

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতিৰ দুটা আইন সংক্ৰান্তীয় ক্ষমতা উল্লেখ কৰা। ক) ৰাষ্ট্ৰপতিৰ সন্মতি অবিহনে কোনো বিধেয়ক আইনত পৰিণত কৰিব পৰা নাযায়। খ) ৰাষ্ট্ৰপতিয়ে সংসদৰ উভয় সদনৰ অধিবেশন আহ্বান কৰিব আৰু স্থগিত ৰাখিব পাৰে।