How many nominated members are there in the Rajya Sabha? How are they nominated?(ৰাজ্যসভাত কেইজন মনোনীত সদস্য আছে? তেওঁলোক কেনেকৈ মনোনীত হয়?)

উত্তৰঃ সদস্য সংখ্যাৰাজ্যসভাৰ সদস্যৰ সংখ্যা হৈছে ২৫০ জন, ইয়াৰে ১২ জনক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰিব পাৰি। আৰু মনোনয়ন হৈছে ৰাজহুৱা কাৰ্যালয়ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী বাছনি কৰা, বা সন্মান বা পুৰস্কাৰ প্ৰদান কৰাৰ প্ৰক্ৰিয়াৰ মনোনীত কৰা বোলে।