How can the Prime Minister of India be re- moved? (ভাৰতৰ প্ৰধান মন্ত্ৰীক কেনেকৈ অপসাৰণ কৰিব পাৰি?)

উত্তৰঃ এজন প্ৰধানমন্ত্ৰীৰ কাৰ্যকাল লোকসভাৰ কাৰ্যকাল সমাপ্ত হোৱাৰ আগতে সমাপ্ত হ’ব পাৰে, যদি ইয়াৰ সাধাৰণ সংখ্যাগৰিষ্ঠ সদস্যৰ তেওঁৰ ওপৰত আস্থা নাথাকে, ইয়াক অনাস্থাৰ ভোট বুলি কোৱা হয়।