Describe the Process of Election of the President of India .(ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন পদ্ধতি বৰ্ণনা কৰা

উত্তৰ- সংবিধানৰ ৫২ নং অনুচ্ছেদ অনুযায়ী ভাৰতৰ ৰাষ্ট্ৰপতিক পৰোক্ষভাৱে নিৰ্বাচন কৰা হয়। ইয়াত জনসাধাৰণে নিৰ্বাচন কৰা কেন্দ্ৰীয় সংসদৰ সদস্য আৰু ৰাজ্যিক বিধান সভাৰ সদস্যসকলৰ ভোটৰ দ্বাৰা ৰাষ্ট্ৰপতিক নিৰ্বাচন কৰা হয়।