D.D.T. কি?

উত্তৰঃ কীট-পতংগ নাশক প্ৰকাৰৰ ক্ল’ৰিনযুক্ত বিষাক্ত ৰাসায়নিক পদাৰ্থ। সম্পূৰ্ণ নাম ডাইক্লৰ’ ডিফেনাইল ট্ৰাইক্লৰ ইথেন (Dichlorodipheny trichloro ethane)।