5.13 SOFTWARE PIRACY

5.13 ছফ্টৱেৰ পাইৰেচি

Software piracy is the act of stealing software that is legally protected. This stealing includes copying, distributing, modifying or selling the software. The majority of software today is purchased as a single-user license, meaning that only one computer may have that software installed on it at one time. Copying that software to multiple computers or sharing it with your friend without multiple licenses is considered software piracy, which is illegal.

ছফ্টৱেৰ পাইৰেচি হৈছে আইনীভাৱে সুৰক্ষিত ছফ্টৱেৰ চুৰি কৰাৰ কাৰ্য। এই চুৰিৰ ভিতৰত আছে ছফ্টৱেৰটো প্ৰতিলিপি কৰা, বিতৰণ কৰা, সংশোধন কৰা বা বিক্ৰী কৰা। আজিৰ বেছিভাগ ছফ্টৱেৰ একক-ব্যৱহাৰকাৰী অনুজ্ঞাপত্ৰ হিচাপে ক্ৰয় কৰা হয়, অৰ্থাৎ কেৱল এটা কম্পিউটাৰত এবাৰত সেই ছফ্টৱেৰটো ইনষ্টল কৰা হ’ব পাৰে। সেই ছফ্টৱেৰটো একাধিক কম্পিউটাৰত প্ৰতিলিপি কৰা বা একাধিক অনুজ্ঞাপত্ৰ অবিহনে আপোনাৰ বন্ধুৰ সৈতে ভাগ বতৰা কৰাটো ছফ্টৱেৰ পাইৰেচী বুলি গণ্য কৰা হয়, যিটো অবৈধ।