হৰম’নক কিয় ৰাসায়নিক বাহক বোলা হয় ?

হৰমন হৈছে ৰাসায়নিক পদাৰ্থ যাক শৰীৰৰ এটা অংশৰ পৰা আন টোলৈ বাৰ্তা প্ৰেৰণ কৰাৰ বাবে ব্যৱহাৰ কৰা হয়। এই ৰাসায়নিক পদাৰ্থবোৰে শৰীৰৰ বিপাক নিয়ন্ত্ৰণ কৰে।