হোমেন বৰগোহাঞিৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল ?

১৯৩২ চনৰ ৭ ডিচেম্বৰত, অসমৰ অবিভক্ত লখিমপুৰ জিলাৰ ঢকুৱাখনাত এটা আহোম পৰিয়ালত হোমেন বৰগোহাঞিৰ জন্ম হয়।