সামাজিক সংস্পৰ্শৰ বাবে আৰু সামাজিক ন্য়ায় প্ৰদান কৰিবলৈ কি শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগে?

উত্তৰ= সমাজিক সংস্পৰ্শৰ বাবে আৰু সামাজিক ন্য়ায় প্ৰদান কৰিবলৈ নাৰী শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগে।