সাগৰৰ তিমি প্ৰাণী প্ৰকৃততে মাছনে?

উত্তৰঃ সাগৰৰ তিমি প্ৰাণী প্ৰকৃততে মাছ নহয়। ই স্তন্য়পায়ী প্ৰাণী। ইহঁতে কণী নাপাৰে, পোৱালিহে জন্ম দিয়ে। ইহঁতৰ তেজ গৰম; অন্য় জলচৰ প্ৰাণীৰ দৰে চেচাঁ নহয়।