সমাজ বিজ্ঞান জ্ঞানে ছাত্ৰ-ছাত্ৰীৰ কি বিকাশ সাধন কৰি কোনো এটা বিষয়ৰ সিদ্ধান্তত উপনীত হবলৈ সহায় কৰে?

উত্তৰঃ সমাজ বিজ্ঞান জ্ঞানে ছাত্ৰ-ছাত্ৰীৰ অন্তৰ্দৃষ্টিৰ বিকাশ সাধন কৰি কোনো এটা বিষয়ৰ সিদ্ধান্তত উপনীত হবলৈ সহায় কৰে।