অধ্যায়ঃ ১সমাজ দৰ্শনৰ প্ৰকৃতি পৰিসৰ
প্ৰশ্নাৱলী
১। সমাজ দৰ্শনৰ সংজ্ঞা দিয়া । সমাজ দৰ্শনৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰা।
(Define Social Philosophy. Explain the scope of Social Philosophy)
Answer:
২। সমাজ দৰ্শন বুলিলে কি বুজা ? সমাজ দৰ্শন আৰু সমাজ বিজ্ঞানৰ সম্পৰ্ক আলোচনা কৰা ।
(What do you mean by Social Philosophy ? Discuss the relationship Psychology ? Discuss)
Answer:
৩। সমাজ দৰ্শন বুলিলে কি বুজা ? সামাজিক মনোবিজ্ঞানৰ লগত ই কি ধৰণে সম্পৰ্কিত ? আলোডনা কৰা ।
(What do you mean by Social Philosophy ? How is it related to Social Philosophy ? Discuss)
Answer:
৪। সমাজ দর্শন কি ? নীতিশাস্ত্ৰৰ লগত ইয়াৰ সম্পর্ক আলােচনা কৰা ।
(What is Social Philosophy ? Discuss its relation with Ethics)
Answer:
৫। সমাজ দর্শনৰ সংজ্ঞা দিয়া । ৰাজনীতি বিজ্ঞানৰ লগত ইয়াৰ সম্পর্ক আলােচনা কৰা ।
(Difine Social Philosophy . Discuss its relation with Politics.)
Answer:
৬। তলৰ প্রশ্নবােৰৰ উত্তৰ লিখা
(Answer the following questions)
(ক) সমাজ দর্শন কি আদৰ্শৰ ওপৰত প্রতিষ্ঠিত ?
(On which Ideology social philosophy is based on ?)
Answer:
(খ) গিচবাৰ্টৰ মতে সমাজ দর্শনৰ দিশবােৰ কি ?
(What are the different aspects of social philosophy , according to Gisbert.)
Answer:
(গ) গিনচ্বাৰ্গৰ মতে সমাজ দর্শনৰ বিভিন্ন দিশবােৰ কি কি ?
(What are the different aspects of social philosophy, according to Ginsberg.)
Answer:
(ঘ) আদর্শনিষ্ঠ বিজ্ঞান বুলিলে কি বুজা ? (What do you mean by Normative Science ?)
Answer:
(ঙ) ‘সমাজ দর্শন এটা আদর্শনিষ্ঠ বিজ্ঞান’– কথাষাৰ বুজাই লিখা । (‘Social philosophy is a normative science’- Explain the statement.)
Answer:
(চ) সমাজ দর্শন সম্পর্কে মেকেঞ্জিৰ দৃষ্টিভংগী কি ?
(What is the views of Mackenzie regarding social philosophy ?)
Answer:
৭৷ তলত দিয়াবােৰৰ চমুটোকা লিখা
(Write Short notes on the following)
Answer:
(ক) সমাজ দর্শনৰ পৰিসৰ
(Scope of Social Philosophy),
Answer:
(খ) সমাজ দর্শন আৰু সমাজবিজ্ঞান
(Social Philosophy and Sociology),
Answer:
(গ) সমাজ মনােবিজ্ঞান
(Social Psychology),
Answer:
(ঘ) সমাজ দর্শন আৰু নীতিশাস্ত্র
(Social Philosophy and Ethics),
Answer:
(ঙ) সমাজ দর্শন আৰু ৰাজনীতি বিজ্ঞান বা ৰাষ্ট্রবিজ্ঞান
(Social Philosophy and Politics)
Answer:
Type Hirak Jyoti Bora.
Morigaon, Assam.