সমগণীয় শ্ৰেণী কাক বোলে ?

 যি শ্ৰেণীৰ যৌগত একে কাৰ্যকৰীমূলক উপস্থিত থাকে সেই শ্ৰেণীটোক সমগণীয় শ্ৰেণী বোলে।