শুষ্ক বায়ুৰ তুলনাত আৰ্দ্ৰ বায়ুৰ শব্দৰ বেগ বেছি নে কম?

উত্তৰঃ শুষ্ক বায়ুৰ তুলনাত আৰ্দ্ৰ বায়ুৰ শব্দৰ বেগ বেছি।