প্ৰাচীন কালত নৃত্যৰ লগত গোৱা গীতকে ‘বেলাড’ বোলে। বেলাডসমুহে কোনো প্ৰতিভাসম্পন্ন প্ৰাণৰ কাহিনী কোৱাৰ চেষ্টা কৰে। সকলো দেশতে কিছুমান মুখে মুখে প্ৰচলিত গীত তথা কাহিনী পোৱা যায়। এইবোৰত দিঁঠকৰ লগত কল্পনাৰ মিলন হয়, যিবোৰ সাধু নতুবা আখ্যানত প্ৰকাশ পায়।
Question and Answer Solution