বিষম পৰমাণু কাক বোলে ?

এক মৌল যিয়ে এক বা ততােধিক হাইড্রজেনৰ পৰমাণু (হাইড্র’কার্বন শৃংখলত) প্রতিস্থাপিত কৰে যাতে কার্বনৰ যােজ্যতা চাৰি হৈয়েই থাকে। এইবিলাক কার্যকৰী মূলকতো থাকে তাকে বিষম পৰমাণু বোলে।