বিশুদ্ধ পানী তড়িৎ পৰিবাহী নহয়। যদি বিশুদ্ধ পানীখিনিত অলপ পৰিমাণৰ এছিড মিহৃলাই দিয়া হয় তেন্তে ই সু-তড়িৎ পৰিবাহী হ’ব। কিয়?

উত্তৰঃ বিশুদ্ধ পানীত কোনো ঘূৰি থকা আয়ন নাথাকে কাৰণে।