বিভিন্ন স্তৰত থকা জ্ঞানৰ কেন্দ্ৰসমূহ একত্ৰিত কৰিবলৈ কি সংযোগ কৰিব লাগে?

উত্তৰঃ বিভিন্ন স্তৰত থকা জ্ঞানৰ কেন্দ্ৰসমূহ একত্ৰিত কৰিবলৈ ৰাষ্ট্ৰীয় জ্ঞান সংযোগী কেন্দ্ৰ স্থাপন কৰিব লাগে।