পৃথিৱীত কোনো বস্তুৰ ওজন ৪৮ কিলোগ্ৰাম হ’লে চন্দ্ৰত এই বস্তুটোৰ ওজন কিমান হব?

উত্তৰঃ পৃথিৱীত কোনো বস্তুৰ ওজন ৪৮ কিলোগ্ৰাম হ’লে চন্দ্ৰত এই বস্তুটোৰ ওজন ৮ কিলোগ্ৰাম হব।