পাহাৰৰ ওপৰত যিকোনো বস্তু ৰান্ধিবলৈ বেছি সময় লাগে কিয়?

উত্তৰঃ পাহাৰীয়া ঠাইত বতাহৰ চাপ তুলনামূলকভাৱে কম। সেয়ে ৰান্ধিবলৈ বিছে সময় লাগে।